অসমৰ জাতীয় সমস্যা সমূহৰ সমাধানৰ দ্বাৰা জাতীয় স্বাভিমান সুৰক্ষিত কৰাৰ লক্ষ্যৰে জন্মগ্ৰহন কৰা অসম জাতীয় পৰিষদে অসমৰ সামাজিক,অৰ্থনৈতিক,শৈক্ষিক, সাংস্কৃতিক,জনগোষ্ঠীয় আৰু ভূমি সমস্যা সম্পৰ্কে এক বিজ্ঞানসন্মত আৰু বাস্তৱসন্মতভাৱে সমাধান কৰাৰ উদ্দেশ্যে ভৱিষ্যত দৰ্শন (vision document) প্ৰস্তুতিৰ কাম চলাই আছে। অসমৰ জনসাধাৰণৰ পৰামৰ্শৰ আধাৰত প্ৰস্তুত কৰিবলগীয়া ভৱিষ্যত দৰ্শনৰ বাবে আপোনালোকৰ পৰামৰ্শ কামনা কৰিলোঁ

Submit your suggestions

Please provide your valuable suggestion in the form below.

Fields marked with * are compulsory.
You can also add multiple attachments with your submission using the upload button.

Send OTP
Validate
You can upload multiple files one by one as attachments to your sugestions here. Please note only PDFs, images or Microsoft Word documents are accepted.

Address

H.No. 17A, Lane next to V-Mart, R.G. Baruah Road, Zoo Tiniali, Guwahati - 781021

Email

contact@assamjatiyaparishad.org